১/ কবিতা কি কবিতা কি তাক স্পষ্টকৈ একেষাৰে কৈ দিব পৰা নাযায়। কবিতা সম্পর্কে থুলমূল ধাৰণা একোটা সকলোৰে থাকে কিন্তু সহজে ভাষাৰে তাক প্রকাশ কৰি ক’ব নোৱাৰি। চেন্ট আগষ্টনে কৈছিল যাৰ বিষয়ে নুসুধিলে বহুত কিবা-কিবি ক’ব পাৰি, অথচ সুধিলে একোকে ক’ব নোৱাৰি সেয়ে কবিতা। কবিতা বুলিলেই আমাৰ সমুখত ছাঁ-পোহৰৰ এখন মায়াভৰা ৰূপছবি ভাঁহি উঠে। কবিজনৰ…
Category: Articles
‘লেডী উইথ দ্যা লেম্প’ (আন্তর্জাতিক নার্চ দিৱস)
ফ্লোৰেন্স নাইটিংগেল এগৰাকী মানৱ দৰদী নার্চ। সমগ্র বিশ্বই “লেডী উইথ দ্য লেম্প” হিচাপে জানিছিল। অদম্য মনোবল আৰু দৃঢ় ইচ্ছাশক্তিৰ অধিকাৰী আছিল ফ্লোৰেঞ্চ নাইটিংগেল। আজীৱন অক্লান্ত সাধনা, অবিশ্রান্ত পৰিশ্রম আৰু আন্তৰিক প্রচেষ্টাৰে যি মুমূর্ষ ৰোগীসকলৰ উদ্দেশ্যে নিজৰ জীৱন উচর্গা কৰিছিল। একমাত্র তেওঁৰ বাবেই সমাজে নার্চিং সেৱাক এক সন্মানজনক বৃত্তি হিচাপে গ্রহন কৰিছে। এই মহীয়সী শুশ্রূষাকাৰী নাৰীগৰাকী…