১ লঠঙা বিৰিখত কুঁহিপাতে ঠুঁটিয়াইছে, কুলি-কেতেকীয়ে ৰৈ ৰৈ বিনাইছে; উৎসৱমুখৰ পৰিৱেশৰ এই নিমজ ঘাঁহনিত আগবাঢ়িছে আমাৰ খোজ। তৰুণ হ’বলৈ দেহৰ নৰাণি, পুৱা-গধূলি এই খোজৰ বেহানি! দুগজ আগুৱাই যাওঁতেই চিনাকি মাতত উভতি তভক মাৰিলোঁ, কলপ সানিছে বোধহয়! কালিৰ কেইডালতো তেনেই বগা আছিল। এনেকৈয়ে আহে শীত যায়গৈ বসন্ত; খৰাং দেহত পছোৱাজাকৰ তাণ্ডব যেনে আছিল তাহানি, আজিও একেই,…
Category: Poems
The Mirror
1On the denuded boughThe butterflyGropes for Memories of Spring ! 2I saw a pair of quivering lipsIn the indistinct lightFrom that moment onwardsI stoppedYearning for the Moon…. 3When the river is in spateFishes splash about. No bees could be seen hovering around What is then that lulling drone in airIn this dry season ? 4The…
“ৰূপান্তৰৰ বর্ণমালা” সম্পর্কে একাষাৰ
কবিতাৰ লগত মানৱ মনৰ সাধাৰণ ভাবে ব্যৱহাৰ কৰা ভাষা নিহিত হৈ নাথাকে। ই অসাধাৰণ ধ্বনিব্যঞ্জক ভাষাও নহয়। ই এক বিশেষ আদর্শ ৰূপত গঢ় লৈ উঠা এটা সংগীতময়, ব্যঞ্জনাময় ভাষা। মানুহৰ আত্মাত জী থকা আনন্দ-বিষাদৰ সুৰ কবিতাৰ ভাষাই বান্ধি থ’বলৈ বিচাৰে। প্রতিগৰাকী কবিৰ মানসিকতাৰ গুঞ্জন কেনেদৰে উচ্ছাৰিত হয়, তেওঁলোকৰ কবিতাৰ ভাষাই আমাক জনায়। সেয়েহে কবিতাৰ মাজত…
ৰৌচন আৰা বেগমৰ কবিতাপুথি ”তাইৰ চকুৰ আলিবাটত এজাক বৰষুণ”
এজন কবিয়ে কৈছিল, ‘অন্তৰৰ সৌম্যভাবহে কবিতা’। এই সত্যক স্বীকাৰ কৰিও এষাৰ কথা ক’ব লাগিব যে পৃথিৱীৰ বিভিন্ন ঘটনাৱলীৰ লগে লগে কবিতায়ো তাৰ চৰিত্র সলাইছে। এনে এক পৰিৱর্তিত পৰিস্থিতিত কবিতাই সকলো সময়তে কোনো সংজ্ঞা মানি নচলে। চলিব নোৱাৰে। পৰিস্থিতি, পৰিবেশ বে ঘটনাই কবিৰ সামাজিক স্থিতিত যরন প্রভাৱ পেলায়। কবিতা একোটায়ো ৰূপ লয় তেনেদৰেই। আজিৰ দিত বিশেষকৈ…