আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:পুনৰীক্ষণ (৪৮) : মে’, ২০১৭ ৰৌচন আৰা বেগমৰ কবিতাৰ কথন ভংগী সম্পৰ্কে প্ৰথম অনুভৱটোৱেই হ’ল – আটোম টোকাৰী নিটোল কথন। এই কাব্যভাষা এদিনৰ সৃষ্টি নহয়। ইয়াৰ এটা ইতিহাস আছে। এই ইতিহাস কবিৰ ব্যক্তিজীৱনৰ ইতিহাসেই নহয়, অসমীয়া আধুনিক কবিতাৰ কাব্যভাষা নিৰ্মাণৰো ইতিহাস। “ৰূপান্তৰৰ বৰ্ণমালা”ৰ স্তৱক দুটা পঢ়াৰ আগেয়েই পাঠকৰ মনত যেন…
Category: Review
কবিতা পুথি “তুমি নজনাকৈয়েই” সম্পর্কে কবি বর্ণালী ভৰালী
“তুমি নজনাকৈয়েই” ৰৌচন আৰা বেগমৰ চতুর্থ কাব্যগ্রন্থ। সর্বমুঠ বাৱন্নটা (৫২) কবিতাৰে সমৃদ্ধ কাব্যগ্রন্থখনৰ কবিতাবোৰৰ ভিন্নসুৰী স্বাদ আছে। ‘সহমর্মিতা’ শীর্ষক কবিতাটোৰে কাব্যগ্রন্থখনৰ আৰম্ভ হৈছে যদিও তেনে সহমর্মিতাবোধৰ আৰু কেইটামান কবিতা ‘বৈধব্য’, ‘সোৱঁৰণীৰ বকুল’, ‘আইয়ে মাতিছে’ শীর্ষক কবিতাবোৰো কবিৰ তেনে ভাৱনাৰে ফচল। সমাজত গা কৰি উঠা কেতবোৰ অশুভ শক্তিকলৈ তেওঁৰ কবিমনে কেতিয়াবা বিদ্রোহ কৰি উঠিছে। কিন্তু সেই…