দেশ-বিদেশ ফুৰিবলৈ স্বাভাৱিকতেই ভাল পাওঁ। সেয়ে, যোৱা ২০০৭ চনৰ ২০ মে’ৰ পৰা ২৩ মে’লৈকে চীনদেশৰ চাংহাই চহৰত ইউনিভাৰছিটি অৱ ছায়েন্স এণ্ড টেকন’ল’জীয়ে আয়োজন কৰা ‘ফিফটিন ইন্টাৰনেছনেল কনফাৰেন্স অন ইন্টাৰডিছিপ্লিনাৰী মেথেমেটিকেল এণ্ড ষ্টেটিচটিকেল টেকনিকছ’ত ভাগ ল’বলৈ আমন্ত্রণ পাই মই উৎফুল্লিত হৈ পৰিছিলোঁ। ‘ইউনিভাৰছিটি অৱ ছাউথ এলাবামাই আয়োজন কৰা এই সন্মিলনত যোগ দিবলৈ আৰু চীনদেশখন নিজৰ চকুৰে…
Category: Tours
“ফাউণ্ডেছন অফ চার্ক ৰাইটার্ছ এণ্ড লিটাৰেছাৰ” যাত্রা
২০১৫ বর্ষৰ ফেব্রুৱাৰি মাহৰ ১২ তাৰিখে ‘Foundation of SAARC Writes and Literature’, চমুকৈ FOSWAL ৰ তৰফৰপৰা আয়োজন কৰা সাহিত্য সন্মিলনীখনত যোগ দিবলৈ আৰু দুজন প্রতিনিধি ক্রমে লুৎফা হানুম চেলিমা বেগম আৰু নিবেদন দাস পাটোৱাৰীৰ সৈতে আগ্রালৈ গৈছিলো। পাছদিনা অর্থাত ১৩ তাৰিখৰপৰা ১৬ তাৰিখলৈকে চাৰিদিনীয়াকৈ পতা এই সন্মিলনীত যোগ দিবলৈ যোৱাটো কেৱল আনন্দৰ কথায়ে নাছিল; ই…