चौराहे की नुक्कड़ पर एक चाय की दुकानकर्फ्यू की वज़ह से जो बंद थी। लंगड़ाकर चलने वाला एक बेसहारा बूढ़ादुकान का मालिक था। मुड़ी के साथ भूना हुआ सूखा चिउराऔर फीकी चाय की प्यालीभूखी रात के लिये जिसने चुपचाप बेचा था। चलना भी जो नहीं सीख पाईऐसी एक बेटी के साथसद्यः विधवा एक बहू, जलकर…
সঁচাৰ-কাঠি (প্রকাশ, মে’ সংখ্যা, ২০১৫)
বন্ধুসকল, আলোচনাৰ অন্তততোমালোকৰ কোনো প্রশ্ন আছে নেকি ?তেওঁলোক সৌভাগ্যবান,সঁচাৰ-কাঠি যিসকলে বিচাৰি পাইছে! যিসকলে এতিয়াও বৰপেৰাটোখুলিবলৈ সক্ষম হোৱা নাই,তেওঁলোক প্রকৃততে মকৰাৰ জালৰপৰাআজৰি হ’ব পৰা নাই। নিশ্চয়কৈ চলন কৌশল কেইবা প্রকাৰৰো! প্রত্যেকৰে বাবে যিটো নির্দিষ্ট হৈ থাকেতাকেহে আঁকোৱালি ল’ব লাগে।ময়ূৰৰ পেখম ধৰাসকল, অতি সোনকালেইকাউৰীত পৰিণত হ’বগৈ পাৰে । প্রকৃতপক্ষত তেওঁলোকহে একোজন দাবীদাৰযিসকল পুৱাৰ সূর্য আৰু গধূলিৰ জোনৰ…
কথোপকথন (প্রকাশ, ডিচেম্বৰ, ২০১৮)
দিন-দুপৰ, পুৱা-গধূলিআনকি ৰাতি-বিয়লিকো আওকাণ কৰিফিৰিঙতিবোৰ উৰে, উৰুৱায়!ক’ত যে কি কেনেকৈ জ্বলে!মহটিয়াই লৈ এফালৰেপৰা ঢাহি মুহি পোৰে। এই জুইকুৰাইতো আমাক পোহে,তাপ দি উজ্বলায় সময়ত ন’কৈ গজায়! স্বস্তিৰে এৰিবলৈকে নি:শ্বাসগা কৰি উঠে তেনে এটি বিশ্বাস।নিমাতে-নিতালে মনে-মগজুৱে কিলবিলাই ফুৰে।আমি বুৰ যাওঁ শংকাত,চেলেকণাটোৰ দৰে জপিয়াও আপোন অহমিকাতআৰু ফিৰিঙতি হওঁ, ফিৰিঙতি!খাণ্ডৱদাহ হয় যদি হওকেই বুলিচিলা উৰুওৱাদি উৰুৱাও কতনো ধোঁৱা-ছাইইজনে সিজনৰ…
এটা চৰাইৰ সাধু (অকনিৰ অগ্রদূত, অক্টোবৰ, ২০০৫)
বহুত দিনৰ আগৰ কথা। এখন গাঁৱত এজন খেতিয়ক আছিল। নাম আছিল ৰংমন। ৰংমন এজন সৎ, সাহসী আৰু কর্মঠ খেতিয়ক আছিল। দিনৰ দিনটো পথাৰত হাল-কোৰ বাই, না না বিধৰ খেতি কৰি তেওঁ কষ্ট কৰিছিল আৰু তাৰ পৰা হোৱা উপার্জনৰে অকনো অসুবিধা নোহোৱাকৈ নিজৰ পৰিয়ালৰ ভৰণ-পোষণ দিব পাৰিছিল। লগতে গাঁৱৰ দুখীয়া-নিছলা মানুহকো বৰ মৰম কৰিছিল। ঠিক সেইদৰে,…