1 On the denuded boughThe butterflyGropes for Memories of Spring ! 2 I saw a pair of quivering lipsIn the indistinct lightFrom that moment onwardsI stoppedYearning for the Moon…. 3 When the river is in spateFishes splash about.No bees could be seen hovering aroundWhat is then that lulling drone in airIn this dry season ?…
Month: September 2023
নষ্টালজিয়া (সাদিন, পূজা সংখ্যা, ২০১৫)
বেলি বুৰ যোৱা পৰৰ এখন হেঙুল-হাইতাল বৰণীয়া আকাশ ধ্রুপদী আৱেশৰে নাচি থকা ধাননিডৰাৰ মাজেৰেগাওঁলৈ সোমাই যোৱা বোকা-মাটিৰ একা-বেকাঁ ঠেক পথটো! সেউজৰ সাগৰখনৰ সিটোপাৰে জিলিকি থকাআম-কঠালৰ বাৰীখনৰ সৈতে খেৰৰ সৰু সৰু ঘৰবোৰৰ চুবুৰীকঁপি থকা চাকিৰ পোহৰআৰু বেৰৰ জলঙাৰে ওলাই অহা কেঁচাখৰিৰ ধোঁৱা বাঁহৰ নঙলাকেইডাল পাৰ হৈ দীঘল পদূলিটোৰে সোমাই গ’লেইমলমলাই থকা পিৰালিচুকৰ শেৱালিজোপা কাঁথিত, পিতাইৰ চাকিৰ…
এতিয়া যে ধূসৰ বৰণীয়া চকুৰ মণি বার্তাপাখিলী, ২০১৫)
নিদানত যেতিয়া বাঢ়ি আহে চিনাকী ঋতুৰআকাংক্ষিত আঙুলীবোৰ তোমাৰ সঁহাৰি বুলি উচপখাই উঠো মই। কাৰোবাক বিচাৰি কোনোবাআহে নে নাহে,নেদেখো।কোনোবাই কাৰোবাক চিঞৰি মাতেনে নামাতে,নাজানো ! হু-হুৱাই বতাহ কোবাই কোনোবা এজনখৰখেদাকৈ আতৰি যায়! এতিয়া যে ধূসৰ বৰণীয়া চকুৰ মণি।এতিয়া যে নুশুনিও শুনি সেই মাতষাৰি!
অসাংগিতীক (প্রিয় সখী, ২০১৫)
ব্যস্ত ৰাজপথৰ নির্জনত নিদ্রামগ্নএটি অসূর্যস্পর্শা ছায়াযাৰ নিৰাভৰণ উৰু আৰু পিঙ্গল উন্মুক্ততা ভেদি প্লাবিতক্ষুৰধাৰ নিষ্ঠুৰ লোলুপতা ! কি নিকৰুণ ভাবে সত্য, মানৱ সৃষ্ট ছিন্ন-ভিন্নআৰক্ত মাংস মজ্জাৰে বর্ণিল এই নৱৰূপ ! পাৰ হৈ যোৱাজনে ৰৈ ৰৈ চালেকুঞ্চিত মানৱতা সাৱটি উচুপি উঠিলে কি নির্লজ ভাবে সত্য ঢাকিব বিচাৰে পৃথিৱীবাসীয়েনাকত ৰুমাল লৈ দুগন্ধ নাশেনাভিমূলৰপৰা জন্ম হোৱা পুলিটোৱেও আনকি সময়তশিপাক…